Rangman Das
-

Fact Check: শিক্ষাসেঁতু এপ্প বন্ধ হোৱা নাই, বাতৰিকাকতৰ প্ৰতিবেদন মিছা
শিক্ষাসেঁতু এপ্প বন্ধ হোৱা নাই। আনকি এপ্প বন্ধ হোৱাৰ বাবে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই শিক্ষামন্ত্ৰীক কৃতজ্ঞতাও জনোৱা নাই। শিক্ষাসেঁতু বিসংগতি তাৎক্ষণিকভাৱে আঁতৰোৱাৰ বাবেহে শিক্ষামন্ত্ৰীক কৃতজ্ঞতা জনাইছিল শিক্ষক সন্থাই।